২২জুনৰ পৰা ২৬জুনলৈ কামাখ্যাধামত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা, ক’ত, কি আয়োজন?

ফাঁচীবজাৰৰ জেল ৰোডত বৃহৎ শিবিৰৰ আয়োজন।

news18assam
Updated:June 6, 2019, 5:49 PM IST
২২জুনৰ পৰা ২৬জুনলৈ কামাখ্যাধামত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা, ক’ত, কি আয়োজন?
ফাঁচীবজাৰৰ জেল ৰোডত বৃহৎ শিবিৰৰ আয়োজন।
news18assam
Updated: June 6, 2019, 5:49 PM IST
হীৰকজ্যোতি মালাকাৰ, নিউজ18:

#২২-২৬ জুনলৈ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা
#অনুষ্ঠান উদ্বোধন কৰিব কণ্ঠশিল্পী কৈলাশ খেৰে

#২২জুনত সোণাৰাম খেলপথাৰত উদ্বোধনী অনুষ্ঠান
#পূৰ্বতকৈ এইবাৰ হ্ৰাস কৰা হৈছে ভক্তৰ শিবিৰ
#৪টা শিবিৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে
#কামাখ্যা ৰে’ল ষ্টেচনত নাথাকিব শিবিৰ

#ফাঁচীবজাৰ পুৰণি জেল ৰোডত থাকিব বৃহত্‍ শিবিৰ
#অধিক কটকটীয়া কৰা হ’ব নিৰাপত্তা ব্যৱস্থা
#মন্তব্য কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ
আৰু চাওক পৰৱৰ্তী বাতৰি