কংগ্ৰেছ বিধায়কক মন্ত্ৰীৰ ভাবুকি!

মন্ত্ৰী পীযূষ হাজৰিকাই বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনক ফোনযোগে ভাবুকি দিয়াৰ অভিযোগ।

news18assam
Updated:April 18, 2019, 11:36 PM IST
কংগ্ৰেছ বিধায়কক মন্ত্ৰীৰ ভাবুকি!
মন্ত্ৰী পীযূষ হাজৰিকাই বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনক ফোনযোগে ভাবুকি দিয়াৰ অভিযোগ।
news18assam
Updated: April 18, 2019, 11:36 PM IST
জাগীৰোডত কংগ্ৰেছ নেতাক বিধায়কৰ ভাবুকি দিয়াৰ অভিযোগ। মন্ত্ৰী পীযূষ হাজৰিকাই বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনক ফোনযোগে ভাবুকি দিয়াৰ অভিযোগ।

লোকসভাৰ নিৰ্বাচনত EVMৰ বিসংগতিক লৈ মাত মাতিছিল কংগ্ৰেছ নেতাজনে। ফোনযোগে আৰক্ষী অধীক্ষক অংকুৰ জৈনেও ভাবুকি দিয়াৰ অভিযোগ কংগ্ৰেছ নেতা ৰেহান উদ্দিনৰ। এই ঘটনাক লৈ কংগ্ৰেছ নেতাজনে ৰুজু কৰিছে এক গোচৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি