
কিন্তু কিহৰ বাবে ৰাইজৰ ৰোষত পৰিল শুকুৰ আলী? এনে কি কাম কৰিলে শুকুৰে যাৰ বাবে ৰাইজৰ ওচৰত জবাবদিহী হ’বলগীয়া হ’ল?
কিন্তু কিহৰ বাবে ৰাইজৰ ৰোষত পৰিল শুকুৰ আলী? এনে কি কাম কৰিলে শুকুৰে যাৰ বাবে ৰাইজৰ ওচৰত জবাবদিহী হ’বলগীয়া হ’ল?
ৰাইজৰ ৰোষত পৰিল শুকুৰ আলী। ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি মুখ শুকাই গ’ল শুকুৰ আলীৰ। মুখৰ পৰা নোলোৱা হ’ল মাত। কিন্তু কিহৰ বাবে ৰাইজৰ ৰোষত পৰিল শুকুৰ আলী? এনে কি কাম কৰিলে শুকুৰে যাৰ বাবে ৰাইজৰ ওচৰত জবাবদিহী হ’বলগীয়া হ’ল?
শুকুৰ আলীৰ বিৰুদ্ধে জব কাৰ্ডৰ টকা আত্মসাৎ কৰাৰ অভিযোগ একাংশ লোকৰ। কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ মদাতীত একাংশ ক্ষুব্ধ লোকে শুকুৰ আলীক লপা–থপা দি গতাই দিলে আৰক্ষীক। ৰাইজে শুকুৰক গতাই দিয়ে কাজিগাঁও আৰক্ষী থানাত।
উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা মহকুমাৰ মদাতী ভিচিডিচিৰ বিজেপি দলৰ পৰা মনোনrত চেয়াৰমেন শুকুৰ আলী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|