உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পৰীক্ষা দিব নালাগে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে, সকলো শিক্ষাৰ্থীকে উত্তীৰ্ণ ঘোষণা

    পৰীক্ষা দিব নালাগে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীয়ে, সকলো শিক্ষাৰ্থীকে উত্তীৰ্ণ ঘোষণা

    কোৰোণাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে AHSEC–এ

    কোৰোণাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে AHSEC–এ

    কোৰোণাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে AHSEC–এ

    • Share this:
    কোৰোণা ভাইৰাছৰ প্ৰকোপৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পৰীক্ষাত অৱতীৰ্ণ হ’ব নালাগে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকল। সকলো শিক্ষাৰ্থীকে উত্তীৰ্ণ ঘোষণা কৰিছে শিক্ষা সংসদে। কোৰোণাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে AHSEC–এ। এই সন্দৰ্ভত এক আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে শিক্ষা সংসদে।
    Published by:Sanjay Kumar Das
    First published: