প্ৰতীকী ফটো
School closed: অষ্টম শ্ৰেণীলৈ বন্ধ থাকিব অসমৰ সকলো জিলাৰ শিক্ষানুষ্ঠান ! আনহাতে নৱম-দশম শ্ৰেণীৰ বিদ্যালয়ত পাঠদান হ'ব সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে। বিপৰীতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হ'ব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে।

নতুন নিৰ্দেশনা অনুসৰি ২৫ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। অৱশ্য়ে এই সময়ছোৱাত অনলাইন ক্লাছসমূহ পূৰ্বৰ দৰে চলি থাকিব। পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত অষ্টম শ্ৰেণীলৈ বিদ্যালয় বন্ধ থাকিব। ৰাজ্য়ৰ Covid পৰিস্থিতিৰ বাবে বিদ্যালয় বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|