உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দৰঙত অনিৰ্দিষ্ট সময়লৈ বন্ধ কৰিলে বনভোজ স্থলী, উপায়ুক্তই জাৰি কৰিলে নিৰ্দেশনা

    দৰঙত অনিৰ্দিষ্ট সময়লৈ বন্ধ কৰিলে বনভোজ স্থলী, উপায়ুক্তই জাৰি কৰিলে নিৰ্দেশনা

    আজি অৰ্থাৎ ২০ জানুৱাৰীৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ'ব আৰু পৰৱৰ্তী ঘোষণা নকৰালৈ বলৱৎ থাকিব এই নিৰ্দেশনা। দ

    • Share this:
    কোভিডৰ বাবে দৰঙত অনিৰ্দিষ্ট সময়লৈ বন্ধ কৰিলে বনভোজ স্থলী। বিশেষকৈ জিলাখনৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজ স্থলী, চেৰেং চাপৰি, লক্ষিমপূৰ পুখুৰী, কাপোৰ পুৰি মন্দিৰ, কুৰুৱাকে ধৰি মুঠ আঠটা বনভোজ স্থলী বন্ধ ঘোষণা কৰে জিলা প্ৰশাসনে। দৰঙৰ উপায়ুক্ত  প্ৰণৱ কুমাৰ শৰ্মাই এই নিৰ্দেশাৱলী জাৰি কৰে।

    আজি অৰ্থাৎ ২০ জানুৱাৰীৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ'ব আৰু পৰৱৰ্তী ঘোষণা নকৰালৈ বলৱৎ থাকিব এই নিৰ্দেশনা। দৰং জিলাত শেহতীয়াভাৱে ৫৮৫ জনলৈ বৃদ্ধি পালে কোভিড ৰোগী। বুধবাৰৰ দিনটোত ১৯৫ জনৰ দেহত ধৰা পৰিছে কোভিড ১৯।
    Published by:Sanjay Kumar Das
    First published: