বন্ধত স্তব্ধপ্ৰায় গুৱাহাটীকে ধৰি ৰাজ্যৰ স্বাভাৱিক জনজীৱন

গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

News18-Assam
Updated:October 3, 2019, 8:20 AM IST
বন্ধত স্তব্ধপ্ৰায় গুৱাহাটীকে ধৰি ৰাজ্যৰ স্বাভাৱিক জনজীৱন
Photo : moneycontrol.com
News18-Assam
Updated: October 3, 2019, 8:20 AM IST
সদৌ অসম মটৰ পৰিবহণ সন্থাই আজি আহ্বান জনোৱা চকা বন্ধত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন। গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ ৰাজ্যতে বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ভাৰা বৃদ্ধিৰ দাবীত আজি পুৱা ৫ বজাৰ বন্ধৰ আহ্বান জনাইছে সদৌ অসম মটৰ পৰিবহণ সন্থাই। বন্ধ হৈ পৰিছে সকলোধৰণৰ যাত্ৰীবাহী বাহন। গুৱাহাটী মহানগৰীতো বন্ধ হৈ পৰিছে বাণিজ্যিক বাহনৰ চলাচল।

 


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি