• Home
  • »
  • News
  • »
  • assam
  • »
  • সদৌ অসম যৌথ মাষ্টাৰৰোল শ্ৰমিক সন্থাৰ প্ৰতিনিধি সভা,সভাত পাঁচটা বিশেষ প্ৰস্তাৱ সম্বলিত দাবী উত্থাপন সন্থাটোৰ

সদৌ অসম যৌথ মাষ্টাৰৰোল শ্ৰমিক সন্থাৰ প্ৰতিনিধি সভা,সভাত পাঁচটা বিশেষ প্ৰস্তাৱ সম্বলিত দাবী উত্থাপন সন্থাটোৰ

দিছপুৰৰ গড়কাপ্তানি প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সভাখনত অসমৰ বিভিন্ন বিভাগৰ মাষ্টাৰৰোল শ্ৰমিক–কৰ্মচাৰী তথা প্ৰতিনিধিসকলৰ উপৰিও সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দ উপস্থিত থাকে।

  • Share this:
মহানগৰীত সদৌ অসম যৌথ মাষ্টাৰৰোল শ্ৰমিক সন্থাৰ প্ৰতিনিধি সভা। দিছপুৰৰ গড়কাপ্তানি প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত সভাখনত অসমৰ বিভিন্ন বিভাগৰ মাষ্টাৰৰোল শ্ৰমিক–কৰ্মচাৰী তথা প্ৰতিনিধিসকলৰ উপৰিও সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃবৃন্দ উপস্থিত থাকে। সভাৰ অন্তত পাঁচটা বিশেষ প্ৰস্তাৱ সম্বলিত দাবী উত্থাপন কৰে সন্থাটোৱে।

মাষ্টাৰৰোল কৰ্মচাৰী, কেজুৱেল, ফিক্সড পে কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণকে ধৰি বছৰেকীয়া দৰমহা বৃদ্ধি, পৰিয়ালক গ্ৰেচুইটী প্ৰদান, অৱসৰকালীন সা–সুবিধা আৰু কৰ্মৰত অৱস্থাত কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে পৰিয়ালক ৬০বছৰলৈ দৰমহা আদায় দিয়া আদি দাবী সন্নিৱিষ্ট হয় সভাৰ প্ৰস্তাৱত। প্ৰতিনিধি সভাখনত সভাপতিত্ব কৰে যৌথ মাষ্টাৰৰোল শ্ৰমিক সন্থাৰ সভাপতি মহম্মদ আজিৰ আলীয়ে।
First published: