মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘NRC ৰ পৰা বাদ পৰা ১৯ লাখ লোকেই ভাৰতীয়’

‘NRC ৰ পৰা বাদ পৰা ১৯ লাখ লোকেই ভাৰতীয়’

News18-Assam
Updated:September 13, 2019, 11:10 AM IST
‘NRC ৰ পৰা বাদ পৰা ১৯ লাখ লোকেই ভাৰতীয়’
NRCত নাম নথকা লোকক আইনী সহায় আগবঢ়াৱ APCCয়ে

NRCত নাম নথকা লোকক আইনী সহায় আগবঢ়াৱ APCCয়ে

  • News18 Assam
  • Last Updated: September 13, 2019, 11:10 AM IST
  • Share this:
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পোৱাৰ পিছৰ পৰাই এতিয়া তুংগত আছে বিতৰ্ক। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত েইবাৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। NRCত নাম নথকা লোকক আইনী সহায় আগবঢ়াৱ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শুভাৰম্ভ কৰিব এই কাৰ্যসূচীৰ।
শুকুৰবাৰে আইনী সহায় আগবঢ়াৱৰ বাবে ৰাওনা হ’ব প্ৰথমটো দল। তিনিচুকীয়া,ধলা আৰু জাগুনলৈ যাব প্ৰথম দলটো।
First published: September 13, 2019, 11:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি