গুৱাহাটীত উপস্থিত দুই তাৰকা সংগীতশিল্পী উষা মংগেশকাৰ আৰু অলকা ইয়াগনিক

মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত দুয়োগৰাকী শিল্পী

News18-Assam
Updated:August 9, 2019, 5:03 PM IST
গুৱাহাটীত উপস্থিত দুই তাৰকা সংগীতশিল্পী উষা মংগেশকাৰ আৰু অলকা ইয়াগনিক
মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত দুয়োগৰাকী শিল্পী
News18-Assam
Updated: August 9, 2019, 5:03 PM IST
গুৱাহাটীত উপস্থিত দুই তাৰকা সংগীতশিল্পী উষা মংগেশকাৰ আৰু অলকা ইয়াগনিক । মুম্বাইৰ পৰা বৰঝাৰবিমান্দৰত উপস্থিত দুয়োগৰাকী শিল্পী। মাছখোৱা সাংস্কৃতিক প্ৰকল্পপত উষা মঙ্গেস্কাৰে এক কাৰ্যসুচীত অংশ ল'বলৈ উপস্থিত হৈছে গুৱাহাটীত । মাছখোৱাত এদিনীয়া কাৰ্যসুচীত অংশ লৈ পুনৰ মুম্বাইলৈ উভতিব উষা মংগেশকাৰ।



বৰঝাৰ বিমানবন্দৰৰ পৰা জালুকবাৰীস্থিত ড° ভূপেন হাজৰিকাৰ সমাধিস্থলতো উপস্থিত হ'ব উষা মংগেশকাৰে ।



আনহাতে অলকা ইয়াগনিকো ব্যক্তিগত বিশেষ কাৰ্যসুচীত অংশ ল'বলৈ উপস্থিত হৈছে গুৱাহাটীত । দুয়োগৰাকীক বিমানবন্দৰতে উষ্ম আদৰণী শুভকাংশীৰ ।
আৰু চাওক পৰৱৰ্তী বাতৰি