உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Akhil Gogoi : পুনৰ আৰম্ভ হ’ব ‘কা’ আন্দোলন, CAA আন্দোলনৰ পঞ্চ শ্বহীদৰ পৰিয়ালক অর্থ সাহায্য দিবলৈ অখিল গগৈয়ে তুলিব দান–বৰঙণি

    Akhil Gogoi : পুনৰ আৰম্ভ হ’ব ‘কা’ আন্দোলন, CAA আন্দোলনৰ পঞ্চ শ্বহীদৰ পৰিয়ালক অর্থ সাহায্য দিবলৈ অখিল গগৈয়ে তুলিব দান–বৰঙণি

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অখিল গগৈয়ে কয়, ‘‘অনন্ত কাললৈ হিন্দুসকল অসমলৈ অহাটো বিচাৰে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে। অনন্ত কাললৈ হিন্দু আনিবৰ বাবেই CAA অনা হৈছে।’’

    • Share this:
    ‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদৰ পৰিয়ালক অৰ্থ সাহায্য দিবলৈ অখিল গগৈয়ে তুলিব দান–বৰঙণি। অসমবাসীৰ পৰা দান–বৰঙণি তুলি পঞ্চ শ্বহীদৰ পৰিয়ালক দিব আৰ্থিক সাহায্য।
    দ্বিতীয় মৃত্যু তিথিত ছেম ষ্টেফৰ্ডৰ বাসগৃহত এই ঘোষণা কৰে অখিল গগৈয়ে।

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অখিল গগৈয়ে কয়, ‘‘অনন্ত কাললৈ হিন্দুসকল অসমলৈ অহাটো বিচাৰে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে। অনন্ত কাললৈ হিন্দু আনিবৰ বাবেই CAA অনা হৈছে।’’

    চৰকাৰে ইচ্ছাকৃতভাৱে সত্যৰঞ্জন বৰা আৰু আনিনুল ইছলামৰ দৰে পোহনীয়াক লগাই আছে বুলিও মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে কয়, অসম চৰকাৰৰ ধাৰ বৰ্তমান ১ লাখ কোটি টকাতকৈ অধিক। টকাৰ অভাৱত অসমত কাম–কাজ নোহোৱা হৈছে। এই কথাবোৰ লুকুৱাবৰ বাবে সত্যৰঞ্জন আৰু আমিনুলক লগাই দিয়া হৈছে। ‘কা’ আন্দোলন পুনৰ আৰম্ভ হ'ব। এদিন অসমীয়া জাতিৰ জয় হ'ব।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: