'যাৱৎ জীৱেৎ সুখং জীৱেৎ, ঋনং কৃত্বা ঘৃতং পিবেৎ' লিখা টি চাৰ্ট পিন্ধি অখিল গগৈৰ প্ৰতিবাদ। চাৰ্বাকে কোৱা দৰ্শন অনুকৰণ কৰিছে বিজেপি চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰীয়ে চাৰ্বাকৰ দৰ্শনত চলিছে, এই মন্তব্য অখিল গগৈৰ।

![]()
ঋণৰ বোজা লৈ চলিছে চৰকাৰ, ১১হাজাৰ কোটি টকাৰ ধাৰ চলিছে এই চৰকাৰ। সোণোৱাল-হিমন্ত চৰকাৰৰ ৬২হাজাৰ কোটি টকাৰ ঋণ। হেলিকপ্টাৰত ঘুৰি মিটিং কৰাৰ বাদে একো কৰা নাই মুখ্যমন্ত্ৰীয়ে। নাগপুৰলৈ যাবৰ কাৰনেও চাৰ্টাৰ্ড ফ্লাইটহে ব্যৱহাৰ কৰে। সুহৃদ আঁচনি এই চৰকাৰে বন্ধ কৰিলে। অসমে বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাৰ কথা সুধিলে অজন্তা নেওগে অশুদ্ধ উত্তৰ দিলে, বিত্ত মন্ত্ৰী আজি কীংকৰ্তব্যবিমূঢ়, মিছা মাতিবলৈ বাধ্য হৈছে বিত্ত মন্ত্ৰী। বিজেপি চৰকাৰে অসমখন খালে, অসমখন দেউলীয়া কৰিলে এই চৰকাৰে। বিজেপিক গাদীচ্যুৎ কৰিলেহে অসমক বচাব পৰা যাব বুলি বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|