নিৰ্বাচন খেলা–নেখেলাক লৈ মুখ খুলিলে অখিল গগৈয়ে, কাৰ অনুমতি ল’ব লাগিব বুলি ক’লে অখিল গগৈয়ে?

News18 Assam | News18-Assam
Updated:September 10, 2020, 12:04 PM IST
নিৰ্বাচন খেলা–নেখেলাক লৈ মুখ খুলিলে অখিল গগৈয়ে, কাৰ অনুমতি ল’ব লাগিব বুলি ক’লে অখিল গগৈয়ে?
বিজেপিক ৰুধিবলৈ পুনৰ একত্ৰিত হোৱাৰ আহ্বান জনালে অখিল গগৈয়ে।

বিজেপিক ৰুধিবলৈ পুনৰ একত্ৰিত হোৱাৰ আহ্বান জনালে অখিল গগৈয়ে।

  • News18 Assam
  • Last Updated: September 10, 2020, 12:04 PM IST
  • Share this:
২০২১ত নিৰ্বাচন খেলিবনে কৃষক নেতা অখিল গগৈয়ে? বৰ্তমান কোৰোণাত আক্ৰান্ত গুৱাহাটী মেটিকেল কলেজ হাস্পতালত চিকিৎসাধীন অখিল গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে News18ৰ আগত।

বিজেপিক ৰুধিবলৈ পুনৰ একত্ৰিত হোৱাৰ আহ্বান জনালে অখিল গগৈয়ে। আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে একত্ৰিত হোৱাৰ কথা নোকোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে কৃষক নেতাজনে।

অখিল গগৈয়ে কয় – মই আচৰিত হৈছে এ জে ৱাই চি পিৰ ভূমিকাত। কোনোবাই যদি বিজেপিক ৱাক অভাৰ দিব বিচাৰিছে নাজানো। শেহতীয়া মন্তব্যবোৰ এনেকুৱাই হৈছে।

নিজে নিৰ্বাচন খেলিব নে নেখেলে তাক লৈ মত প্ৰকাশ কৰিলে অখিলে। কৃষক নেতাজনে ক’লে – নিৰ্বাচন খেলিবলৈ মাতৃ, পত্নী আৰু পুত্ৰ তথা দলৰ অনুমতি ল’ব লাগিব।
Published by: Sanjay Kumar Das
First published: September 10, 2020, 12:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading