বিজেপিক ৰুধিবলৈ পুনৰ একত্ৰিত হোৱাৰ আহ্বান জনালে অখিল গগৈয়ে।
বিজেপিক ৰুধিবলৈ পুনৰ একত্ৰিত হোৱাৰ আহ্বান জনালে অখিল গগৈয়ে।
২০২১ত নিৰ্বাচন খেলিবনে কৃষক নেতা অখিল গগৈয়ে? বৰ্তমান কোৰোণাত আক্ৰান্ত গুৱাহাটী মেটিকেল কলেজ হাস্পতালত চিকিৎসাধীন অখিল গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে News18ৰ আগত।
বিজেপিক ৰুধিবলৈ পুনৰ একত্ৰিত হোৱাৰ আহ্বান জনালে অখিল গগৈয়ে। আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে একত্ৰিত হোৱাৰ কথা নোকোৱাত আশ্চৰ্য প্ৰকাশ কৰিছে কৃষক নেতাজনে।
অখিল গগৈয়ে কয় – মই আচৰিত হৈছে এ জে ৱাই চি পিৰ ভূমিকাত। কোনোবাই যদি বিজেপিক ৱাক অভাৰ দিব বিচাৰিছে নাজানো। শেহতীয়া মন্তব্যবোৰ এনেকুৱাই হৈছে।
নিজে নিৰ্বাচন খেলিব নে নেখেলে তাক লৈ মত প্ৰকাশ কৰিলে অখিলে। কৃষক নেতাজনে ক’লে – নিৰ্বাচন খেলিবলৈ মাতৃ, পত্নী আৰু পুত্ৰ তথা দলৰ অনুমতি ল’ব লাগিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|