உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • NIAৰ আদালতত হাজিৰ অখিল গগৈক, মাতৃক সাক্ষাতৰ বাবে আদালতত আবেদন জনাব অখিল গগৈয়ে

    NIAৰ আদালতত হাজিৰ অখিল গগৈক, মাতৃক সাক্ষাতৰ বাবে আদালতত আবেদন জনাব অখিল গগৈয়ে

    চান্দমাৰি আৰু চাবুৱাৰ গোচৰৰ শুনানিৰ বাবে অখিল গগৈক অনা হয় আদালতলৈ।

    চান্দমাৰি আৰু চাবুৱাৰ গোচৰৰ শুনানিৰ বাবে অখিল গগৈক অনা হয় আদালতলৈ।

    চান্দমাৰি আৰু চাবুৱাৰ গোচৰৰ শুনানিৰ বাবে অখিল গগৈক অনা হয় আদালতলৈ।

    • Share this:
    NIA আদালতত হাজিৰ অখিল গগৈক। চানমাৰি আৰু চাবুৱাৰ গোচৰ ভিত্তিত NIA আদালতত হাজিৰ কৰোৱা হৈছে অখিল গগৈক। অসুস্থ মাতৃক লগ কৰাৰ বাবে আবেদন জনাব অখিল গগৈৰ অধিবক্তাই। ডেৰ বছৰ ধৰি মাতৃক লগ পোৱা নাই অখিল গগৈয়ে।

    চান্দমাৰি আৰু চাবুৱাৰ গোচৰৰ শুনানিৰ বাবে অখিল গগৈক অনা হয় আদালতলৈ। ২০১৯ ৰ ডিচেম্বৰ মাহৰ পৰা NIA গোচৰত অভিযুক্ত হৈ আছিল অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ বিধায়ক হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে NIAৰ আদালতলৈ অনা হয় অখিল গগৈক।
    Published by:Sanjay Kumar Das
    First published: