চান্দমাৰি আৰু চাবুৱাৰ গোচৰৰ শুনানিৰ বাবে অখিল গগৈক অনা হয় আদালতলৈ।
চান্দমাৰি আৰু চাবুৱাৰ গোচৰৰ শুনানিৰ বাবে অখিল গগৈক অনা হয় আদালতলৈ।
NIA আদালতত হাজিৰ অখিল গগৈক। চানমাৰি আৰু চাবুৱাৰ গোচৰ ভিত্তিত NIA আদালতত হাজিৰ কৰোৱা হৈছে অখিল গগৈক। অসুস্থ মাতৃক লগ কৰাৰ বাবে আবেদন জনাব অখিল গগৈৰ অধিবক্তাই। ডেৰ বছৰ ধৰি মাতৃক লগ পোৱা নাই অখিল গগৈয়ে।
চান্দমাৰি আৰু চাবুৱাৰ গোচৰৰ শুনানিৰ বাবে অখিল গগৈক অনা হয় আদালতলৈ। ২০১৯ ৰ ডিচেম্বৰ মাহৰ পৰা NIA গোচৰত অভিযুক্ত হৈ আছিল অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ বিধায়ক হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে NIAৰ আদালতলৈ অনা হয় অখিল গগৈক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|