গুৰুতৰভাৱে অসুস্থ অখিল গগৈ, অনা হৈছে GMCHলৈ

News18 Assam | News18-Assam
Updated:February 29, 2020, 2:31 PM IST
গুৰুতৰভাৱে অসুস্থ অখিল গগৈ, অনা হৈছে GMCHলৈ
কাৰাগাৰৰ ভিতৰতে হঠাৎ অসুস্থ হৈ পৰে অখিল গগৈ

কাৰাগাৰৰ ভিতৰতে হঠাৎ অসুস্থ হৈ পৰে অখিল গগৈ

  • Share this:
গুৰুতৰভাৱে অসুস্থ অখিল গগৈ।কাৰাগাৰৰ ভিতৰতে হঠাৎ অসুস্থ হৈ পৰে অখিল গগৈ।
GMCHলৈ অনা হৈছে কৃষক নেতাগৰাকীক। দীৰ্ঘদিনে কাৰাবন্দী হৈ থকা অখিল গগৈ
কাৰাগাৰতে অসুস্থ হৈ পৰে। অখিল গগৈৰ ব্লাড চোগাৰ তাৰতম্য ঘটা বুলি জানিব পৰা গৈছে। লগতে জ্বৰত আক্ৰান্ত হৈ পৰিছে অখিল গগৈ।
আৰু চাওক
পৰৱৰ্তী বাতৰি