জামিন লাভ কৰিলে কৃষক নেতা অখিল গগৈয়ে, গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে জামিন

News18 Assam | News18-Assam
Updated:July 16, 2020, 4:30 PM IST
জামিন লাভ কৰিলে কৃষক নেতা অখিল গগৈয়ে, গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে জামিন
Photo : Telegraph India

চাবুৱা থানাৰ তিনিটা গোচৰত জামিন লাভ কৰিলে কৃষক নেতা অখিল গগৈয়ে।

  • Share this:
চাবুৱা থানাৰ তিনিটা গোচৰত জামিন লাভ কৰিলে কৃষক নেতা অখিল গগৈয়ে। বৃহস্পতিবাৰে চাবুৱা থানাৰ তিনিটা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন দিলে অখিল গগৈক। মানস ৰঞ্জন পাঠকৰ আদালতে প্ৰদান কৰে জামিন।

কিন্তু অখিল গগৈৰ বিৰুদ্ধে আছে এন আই এৰ দুটা গোচৰ। অহা ২১ জুলাইত NIAৰ আদালতত হ’ব অখিল গগৈৰ বিৰুদ্ধে থকা দুটা গোচৰৰ শুনানি। আৰু তাৰ পিছতেই অখিল গগৈ মুকলি আকাশৰ তললৈ আহিব নে নাহে, সেয়া স্পষ্ট হ’ব।
Published by: Himangshu Bhuyan
First published: July 16, 2020, 4:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading