মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত AJYCPৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীক আটক

News18 Assam | News18-Assam
Updated:September 23, 2020, 12:38 PM IST
মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত AJYCPৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীক আটক
AJYCPৰ মহানগৰ সমিতিয়ে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ।

AJYCPৰ মহানগৰ সমিতিয়ে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ।

  • News18 Assam
  • Last Updated: September 23, 2020, 12:38 PM IST
  • Share this:
মহানগৰীৰ আমবাৰীত AJYCPৰ প্ৰতিবাদ। মূল্যবৃদ্ধিৰ প্ৰতিবাদত মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে। আটাইকেইগৰাকী প্ৰতিবাদকাৰীক আটক কৰে পাণবজাৰ আৰক্ষীয়ে। AJYCPৰ মহানগৰ সমিতিয়ে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ।
Published by: Sanjay Kumar Das
First published: September 23, 2020, 12:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি