• Home
  • »
  • News
  • »
  • assam
  • »
  • আকৌ হ’ব ‘কা’ বিৰোধী আন্দোলন! সন্মুখৰ পৰা নেতৃত্ব দিব লুৰিণজ্যোতি গগৈয়ে!

আকৌ হ’ব ‘কা’ বিৰোধী আন্দোলন! সন্মুখৰ পৰা নেতৃত্ব দিব লুৰিণজ্যোতি গগৈয়ে!

পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, এতিয়া AJPৰ সভাপতি গগৈৰ দাবী – ‘কা’ বাতিল আন্দোলনৰ পুনৰ প্ৰদান কৰিম নেতৃত্ব৷ মুখ্যমন্ত্ৰীৰ ভাষ্য গ্ৰহণযোগ্য নহয়৷

  • Share this:
বিজেপিয়ে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰি নাগৰিকত্ব সংশোধনী আইন জাপি দিছে৷ পিছে, এয়া মানি নলওঁ ৷ আন্দোলন কাৰ্যসূচী পুনৰ আৰম্ভ হ’ব৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷

লুৰিণজ্যোতি গগৈৰ দাবী, গৃহীত ‘কা’ বিজেপি চৰকাৰক বাতিল কৰিবলৈ বাধ্য কৰিব লাগিব৷ অসমীযা জাতি টোপনি যোৱা নাই৷ জাতি সাৰে আছে৷ মাথোঁ কোভিড পৰিৱেশে জনতাক আবদ্ধ কৰি ৰাখিছে৷

পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, এতিয়া AJPৰ সভাপতি গগৈৰ দাবী – ‘কা’ বাতিল আন্দোলনৰ পুনৰ প্ৰদান কৰিম নেতৃত্ব৷ মুখ্যমন্ত্ৰীৰ ভাষ্য গ্ৰহণযোগ্য নহয়৷

নীলা তৰাৰ সন্ধানত বৰ্ণালী...

মুখ্যমন্ত্ৰীক সমালোচনা কৰি যিকোনো কথা কৈ নিজৰ পদমর্যাদা লাঘৱ নকৰিবলৈ আহ্বান জনালে লুৰিণজ্যোতি গগৈয়ে৷ বিপৰীতে ভাৰতবৰ্ষৰ ইতিহাসত আন্দোলন নকৰাকৈ একো পোৱা নাই বুলিও মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে ৷ প্ৰশ্ন হৈছে, লুৰিণজ্যোতি গগৈয়ে কোৱাৰ দৰে পুনৰ অসমত আৰম্ভ হ’ব নেকি ‘কা’ বিৰোধী আন্দোলন!

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: