உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পলাশবাৰীৰ ৰামপুৰত অসম জাতীয় পৰিষদত যোগদান অগপ ত্যাগী নেতা পংকজ লোচন গোস্বামীৰ লগতে শতাধিক লোকৰ

    পলাশবাৰীৰ ৰামপুৰত অসম জাতীয় পৰিষদত যোগদান অগপ ত্যাগী নেতা পংকজ লোচন গোস্বামীৰ লগতে শতাধিক লোকৰ

    উক্ত সভাত চাৰি হাজাৰৰ অধিক লোক উপস্থিত থাকে।

    উক্ত সভাত চাৰি হাজাৰৰ অধিক লোক উপস্থিত থাকে।

    উক্ত সভাত চাৰি হাজাৰৰ অধিক লোক উপস্থিত থাকে।

    • Share this:
    পলাশবাৰী সমষ্টিৰ ৰামপুৰত অসম জাতীয় পৰিষদৰ যোগদান সভাত অগপ ত্যাগী নেতা পংকজ লোচন গোস্বামীৰ নেতৃত্বত পলাশবাৰী সমষ্টি সুৰক্ষা মঞ্চৰ শতাধিক কৰ্মীয়ে যোগদান কৰে। উক্ত সভাত চাৰি হাজাৰৰ অধিক লোক উপস্থিত থাকে।

    বৃহস্পতিবাৰে আয়োজিত ৰামপুৰৰ এই যোগদান সভাত AJP দলৰ সভাপতি লুৰিণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি প্ৰবীন্দ্ৰ ডেকা, উপ সভাপতি দুলু আহমেদ, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগত বহু কেইজন নেতা উপস্থিত থাকে। অগপ ত্যাগী নেতাই এই যোগদান সভাত ঘোষণা কৰে যে যদিহে AJPৰ পৰা আগন্তুক নিৰ্বাচনৰ টিকট লাভ কৰে তেনেহ’লে ২০২১ চনৰ নিৰ্বাচনত পলাশবাৰী সমষ্টি দখল কৰিবলৈ সক্ষম হ’ব।
    Published by:Sanjay Kumar Das
    First published: