• Home
  • »
  • News
  • »
  • assam
  • »
  • গৰুখুঁটিৰ ঘটনাত আহত আৰু নিহতৰ পৰিয়ালক সাক্ষাৎ আজমলৰ, নিহতৰ পৰিয়াললৈ আগবঢ়ালে ২ লাখ টকাকৈ

গৰুখুঁটিৰ ঘটনাত আহত আৰু নিহতৰ পৰিয়ালক সাক্ষাৎ আজমলৰ, নিহতৰ পৰিয়াললৈ আগবঢ়ালে ২ লাখ টকাকৈ

অসমত কোনো কাৰণত যেন উচ্ছেদ নহয় তাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰাৰ লগতে ইএক নজিৰবিহীন ঘটনা বুলি ক’লে বদৰুদ্দিন আজমলে।

  • Share this:
ব্যক্তিগত নিমন্ত্ৰণত আহি মঙলদৈত অৱৰ্ত ভৱনত উপস্থিত AIUDFৰ সভাপতি বদৰুদ্দিন আজমল। গৰুখুঁটিৰ উচ্ছেদৰ ঘটনাত আহত আৰু নিহতৰ পৰিয়ালক সাক্ষাৎ কৰে আজমলে। নিহতৰ পৰিয়ালৰলৈ নগদ ২ লাখ টকা আৰু আহতসকললৈ ১০ হাজাৰ টকাকৈ সাহায্য প্রদান।

উপ–নিৰ্বাচনত দুখন আসনতে AIUDF–এ জয়লাভ কৰিব বুলি মন্তব্য কৰে এআইইউডিএফৰ সভাপতিগৰাকীয়ে। ভৱানীপুৰ সমষ্টিত কংগ্ৰেছে BJPক সহায় কৰিবলৈ প্ৰাৰ্থী দিছে বুলি মন্তব্য কৰে আজমলে। বাকী তিনিটা সমষ্টিত ৰাইজক বিবেক ভোট আৰু ধৰ্মনিৰপেক্ষ দলক ভোট দিবলৈ আহ্বান।

অসমত কোনো কাৰণত যেন উচ্ছেদ নহয় তাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰাৰ লগতে ইএক নজিৰবিহীন ঘটনা বুলি ক’লে বদৰুদ্দিন আজমলে।
Published by:Sanjay Kumar Das
First published: