দলটোৰ কেইবাগৰাকীও বিধায়কৰ লগতে শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত।
দলটোৰ কেইবাগৰাকীও বিধায়কৰ লগতে শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীৰ চচলত AIUDFৰ প্ৰতিবাদ। দলটোৰ কেইবাগৰাকীও বিধায়কৰ লগতে শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। গেছ চিলিণ্ডাৰ, আলু–পিঁয়াজৰ মালা, মিঠাতেল সন্মুখত লৈ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে।
আমিনুল ইছলাম, হাফিচ বচিৰ আহমেদ, আশ্ৰাফুল হুছেইন, কৰিমুদ্দিন বৰভূঞা, আব্দুল আজিজ, ছুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, চামচুল হুদা, জাকিৰ হুছেইন লস্কৰ, মজিবুৰ ৰহমানকে ধৰি মুঠ ১২জন বিধায়ক উপস্থিত থাকে এই প্ৰতিবাদী কাৰ্যসূচীত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|