Lok Sabha Election Result 2019 LIVE : ধুবুৰীত আজমলৰ ভেটি ৰক্ষাৰ যুঁজ

সমষ্টিটোত আজমলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অগপৰ জাভেদ ইছলাম আৰু কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী।

news18assam
Updated:May 23, 2019, 11:17 AM IST
Lok Sabha Election Result 2019 LIVE : ধুবুৰীত আজমলৰ ভেটি ৰক্ষাৰ যুঁজ
সমষ্টিটোত আজমলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অগপৰ জাভেদ ইছলাম আৰু কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী।
news18assam
Updated: May 23, 2019, 11:17 AM IST
ধুবুৰী সমষ্টিত এইবাৰৰ ভেটি ৰক্ষাৰ যুঁজ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। সমষ্টিটোত আজমলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অগপৰ জাভেদ ইছলাম আৰু কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী।

এইপৰ্যন্ত সমষ্টিটোত আগবাঢ়ি আছে ১৪,৯৯৪টা ভোটত আগবাঢ়ি আছে আজমল। আজমলে এইপৰ্যন্ত ৪৮,৬২০টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ আবু তাহেৰ বেপাৰীয়ে পাইছে ৩৩,৬২৬টা আৰু অগপৰ জাভেদ ইছলামে পাইছে ২৭,০৭৫টা ভোট।
আৰু চাওক পৰৱৰ্তী বাতৰি