এয়াৰ ট্ৰেজেডী! অসমৰ আকাশত সন্ধানহীন বায়ুসেনাৰ বিমান

সন্ধানহীন বায়ুসেনাৰ এখন AN-32 বিমান

news18assam
Updated:June 3, 2019, 5:00 PM IST
এয়াৰ ট্ৰেজেডী! অসমৰ আকাশত সন্ধানহীন বায়ুসেনাৰ বিমান
সন্ধানহীন বায়ুসেনাৰ এখন AN-32 বিমান
news18assam
Updated: June 3, 2019, 5:00 PM IST
অৰুণাচলত সন্ধানহীন হৈছে বায়ুসেনাৰ এখন বিমান। যোৰহাটৰ পৰা অৰুণাচললৈ ৰাওনা হৈছিল বিমানখন। বায়ুসেনাৰ AN-32 বিমান সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। যোৰহাটৰ পৰা দুপৰীয়া ১২.২৫ বজাত মেচুকাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডলৈ গৈছিল বিমানখন। বিমানখনত আছিল মুঠ ১৩জন বিমানকৰ্মী। উৰণৰ ৫ মিনিট পিছতে সন্ধানহীন হয় বিমানখন। ইতিমধ্যে বিমানখনৰ সন্ধানত ছুখই-৩০ কম্বেট এয়াৰক্ৰাফটে আৰম্ভ কৰিছে অভিযান।

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি