
বৃহস্পতিবাৰে হাফলংলৈ চাউল, দাইল আৰু অন্যান্য সামগ্ৰীকে ধৰি প্ৰায় ১২ মেট্ৰিক টন অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী হেলিকপ্টাৰেৰে যোগান ধৰা হৈছে।
বৃহস্পতিবাৰে হাফলংলৈ চাউল, দাইল আৰু অন্যান্য সামগ্ৰীকে ধৰি প্ৰায় ১২ মেট্ৰিক টন অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী হেলিকপ্টাৰেৰে যোগান ধৰা হৈছে।
দুৰ্যোগত আৱদ্ধ লোকসকলৰ অধিক অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা হাফলং, ডিমা হাচাওলৈ সকলো প্ৰয়োজনীয় সঁজুলিসহ ২০ জনীয়া ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (এনডিআৰএফ) জোৱানৰ এটা দলক পঠিওৱা হৈছে।
ৰাজ্যখনৰ বৰ্তমানৰ বান পানী আৰু ভূমিস্খলনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সংশ্লিষ্ট অংশীদাৰসকলক নিযুক্ত কৰি আৰু গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত জিলাসমূহ, বিশেষকৈ ডিমা হাচাও আৰু বৰাক উপত্যকাত অতিৰিক্ত সম্পদ আৰু সমৰ্থন প্ৰণালী স্থাপন কৰি সঁহাৰি আৰু পুনৰুদ্ধাৰ সেৱা অধিক ত্বৰান্বিত কৰিছে।
বৃহস্পতিবাৰে হাফলংলৈ চাউল, দাইল আৰু অন্যান্য সামগ্ৰীকে ধৰি প্ৰায় ১২ মেট্ৰিক টন অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী হেলিকপ্টাৰেৰে যোগান ধৰা হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|