• Home
  • »
  • News
  • »
  • assam
  • »
  • জুবিনৰ বাবে এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা, কলকাতাৰ পৰা ডিব্ৰুগড়লৈ আহিব এয়াৰ এম্বুলেঞ্চ

জুবিনৰ বাবে এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা, কলকাতাৰ পৰা ডিব্ৰুগড়লৈ আহিব এয়াৰ এম্বুলেঞ্চ

জুবিনৰ চিকিৎসাৰ সকলো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে। বিয়লিলৈ জুবিন গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

  • Share this:
জুবিনৰ চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা কৰা হৈছে। কলকাতাৰ পৰা ডিব্ৰুগড়লৈ আহিব এয়াৰ এম্বুলেঞ্চ। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী নে দিল্লীলৈ নিয়া হ’ব সেয়া নিশ্চিত হোৱা নাই। সঘনে আলোচনাত বহিছে চিকিৎসকৰ দল। গুৱাহাটীতে চিকিৎসা গ্ৰহণৰ ইচ্ছা প্ৰকাশ জুবিনৰ। জুবিনৰ চিকিৎসাৰ সকলো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে। বিয়লিলৈ জুবিন গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড়ত ৰিজ’ৰ্টৰ বাথৰুমত পৰি আঘাতপ্ৰাপ্ত হৈছিল জুবিন। বৰ্তমান ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছে।
Published by:Sanjay Kumar Das
First published: