• Home
  • »
  • News
  • »
  • assam
  • »
  • আইমী বৰুৱাই শ্বেয়াৰ কৰিলে নিজৰ সূৰ্যমুখী সপোনৰ কথা, পৰিধি ভাঙি দেশ–বিদেশত সমাদৃত ‘চেমখৰ’

আইমী বৰুৱাই শ্বেয়াৰ কৰিলে নিজৰ সূৰ্যমুখী সপোনৰ কথা, পৰিধি ভাঙি দেশ–বিদেশত সমাদৃত ‘চেমখৰ’

‘চেমখৰ’ ছবি নিৰ্মাণৰ আঁৰৰ তিতা মিঠা অভিজ্ঞতাও বৰ্ণনা কৰিলে পৰিচালক আইমী বৰুৱাই।

‘চেমখৰ’ ছবি নিৰ্মাণৰ আঁৰৰ তিতা মিঠা অভিজ্ঞতাও বৰ্ণনা কৰিলে পৰিচালক আইমী বৰুৱাই।

‘চেমখৰ’ ছবি নিৰ্মাণৰ আঁৰৰ তিতা মিঠা অভিজ্ঞতাও বৰ্ণনা কৰিলে পৰিচালক আইমী বৰুৱাই।

  • Share this:
বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ মনোনীত আইমী বৰুৱাৰ "চেমখৰ"। শনিবাৰে ভাৰতীয় সময়মতে নিশা ৯ বজাত আৰু ১৫ ফেব্ৰুৱাৰী তাৰিখে ৫.৩০ বজাত প্ৰদৰ্শিত হ’ব ছবিখন। ভাৰ্ছুৱেলযোগে আৰু স্ক্ৰীনত প্ৰদৰ্শন হ’ব ছবিখন। এই কথা সংবাদ মাধ্যমক জনালে অভিনেত্ৰীগৰাকীয়ে।

অনলাইনযোগে চাব পাৰিব বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ পঞ্জীয়ন থকা দৰ্শকে। আইমী বৰুৱাই কয়, ‘‘মোৰ সপোন আছিল এই ছবিখন। সমগ্ৰ টীমৰ সদস্যক ধন্যবাদ।’’

উল্লেখযোগ্য যে ‘আজাদি কা অমৃত মহোৎসৱ’ৰ থিমত ভাৰত চৰকাৰে ৮খন ছবি পঠিয়াইছিল। ভাৰত চৰকাৰে প্ৰেৰণ কৰা ছবিৰ ভিতৰত এখন আছিল ‘চেমখৰ’।



ঢাকা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱতো প্ৰদৰ্শন হৈছিল চেমখৰ। বাংলাদেশত "বিশেষ দৰ্শক" বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। চেমখৰৰ বাৰ্লিন যাত্ৰা ৰাইজৰ আশীৰ্বাদত সফল হ'ল বুলি মন্তব্য কৰে আইমীয়ে। ‘চেমখৰ’ ছবি নিৰ্মাণৰ আঁৰৰ তিতা মিঠা অভিজ্ঞতাও বৰ্ণনা কৰিলে পৰিচালক আইমী বৰুৱাই।
Published by:Sanjay Kumar Das
First published: