উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ শীৰ্ষত কোন কোন?

বাণিজ্য শাখাৰ শীৰ্ষত কোন কোন?

News18-Assam
Updated:May 25, 2019, 9:07 AM IST
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ শীৰ্ষত কোন কোন?
বাণিজ্য শাখাৰ শীৰ্ষত কোন কোন?
News18-Assam
Updated: May 25, 2019, 9:07 AM IST
প্ৰথম স্থানঃ
অসীম সৰকাৰ
বিবেকানন্দ জুনিয়ৰ কলেজ

কাছাৰ
মুঠ নম্বৰঃ৪৭৪

দ্বিতীয় স্থানঃ
নিবেদিতা গগৈ

ক্ৰেচেণ্ট একাডেমী
যোৰহাট
মুঠ নম্বৰঃ৪৬৮

আয়ুসী জৈন
কে চি দাস কমাৰ্চ কলেজ
গুৱাহাটী
মুঠ নম্বৰঃ৪৬৮

তৃতীয় স্থান
নেতা আগৰৱাল
গুৱাহাটী কমাৰ্চ কলেজ
গুৱাহাটী
মুঠ নম্বৰঃ৪৬৬

চতুৰ্থ স্থান
অৰুণাভ নাথ
গুৱাহাটী কমাৰ্চ কলেজ
গুৱাহাটী
মুঠ নম্বৰঃ৪৬১

পঞ্চম স্থান
ৰাহুল ৰয়
গুৱাহাটী কমাৰ্চ কলেজ
গুৱাহাটী
মুঠ নম্বৰঃ৪৬০

ষষ্ঠ স্থান
তানিশা আলমপুৰীয়া
গীতাঞ্জলি জুনিয়ৰ কলেজ
নগাঁও
মুঠ নম্বৰঃ৪৫৯

অংকুৰ বৰুৱা
আৰ ডি জুনিয়ৰ কলেজ
তিনিচুকীয়া
মুঠ নম্বৰঃ৪৫৯

সপ্তম স্থান
হানছিকা চাওলা
কে চি দাস কমাৰ্চ কলেজ
গুৱাহাটী
মুঠ নম্বৰঃ৪৫৮

হৰ্ষ গোলচ্চা
কৰিমগঞ্জ জুনিয়ৰ কলেজ অৱ চায়েন্স
হাইলাকান্দি
মুঠ নম্বৰঃ৪৫৮

প্ৰতিভা বৈশ্য
নলবাৰী কমাৰ্চ কলেজ
নলবাৰী
মুঠ নম্বৰঃ৪৫৮

অষ্টম স্থান
দিশা জৈন
কে চি দাস কমাৰ্চ কলেজ
গুৱাহাটী
মুঠ নম্বৰঃ৪৫৭

প্ৰিয়াংশু আগৰৱাল
মাৰ্ঘেৰিটা কলেজ, তিনিচুকীয়া
মুঠ নম্বৰঃ৪৫৭

নৱম স্থান
বৃন্দা ৰয়
বিবেকানন্দ জুনিয়ৰ কলেজ
কাছাৰ
মুঠ নম্বৰঃ৪৫৫

মিথিলেশ পি ডি শৰ্মা
আৰ ডি জুনিয়ৰ কলেজ
তিনিচুকীয়া
মুঠ নম্বৰঃ৪৫৫

দশম স্থান
মুস্কান পাশ্বিছিয়া
কে চি দাস কমাৰ্চ কলেজ
গুৱাহাটী
মুঠ নম্বৰঃ৪৫৪

জাগ্ৰুতি চেঠিয়া
কে চি দাস কমাৰ্চ কলেজ
গুৱাহাটী
মুঠ নম্বৰঃ৪৫৪

ইছিকা আগৰৱাল
কে চি দাস কমাৰ্চ কলেজ
গুৱাহাটী
মুঠ নম্বৰঃ৪৫৪
আৰু চাওক পৰৱৰ্তী বাতৰি