உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নুমলীগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে পাণ–তামোলৰ দোকানীৰ জীয়ৰীয়ে

    নুমলীগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে পাণ–তামোলৰ দোকানীৰ জীয়ৰীয়ে

    দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও  যে হেঙাৰ হ’ব নোৱাৰে সেই কথাষাৰ পুনৰ এবাৰ প্ৰমাণ কৰিলে জুলী বৈশ্যই।

    • Share this:
    নুমলীগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে পাণ–তামোলৰ দোকানীৰ জীয়ৰীয়ে। আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত অসমৰ ভিতৰতে ৪ৰ্থ স্থান লাভ কৰিছে জুলী বৈশ্যই। নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা মুঠ ৪৭২ নম্বৰ লাভ কৰি চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে জুলীয়ে। পিতৃ তৰণী বৈশ্যই পাণ–তামোলৰ দোকান দি অতি কষ্টৰে পৰিয়ালটোক পোহ–পাল দিয়াৰ লগতে জুলীৰ পঢ়াৰ খৰচ বহন কৰি আহিছে। ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হৈ সমাজৰ হকে কাম কৰাৰ আশা জুলী বৈশ্যৰ। দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও  যে হেঙাৰ হ’ব নোৱাৰে সেই কথাষাৰ পুনৰ এবাৰ প্ৰমাণ কৰিলে জুলী বৈশ্যই।
    First published: