• Home
  • »
  • News
  • »
  • assam
  • »
  • AHSEC Results 2020 : কলা শাখাত দ্বিতীয় স্থান লাভ কাশ্মিৰী দাসৰ মন শিক্ষয়িত্ৰী হোৱাৰ

AHSEC Results 2020 : কলা শাখাত দ্বিতীয় স্থান লাভ কাশ্মিৰী দাসৰ মন শিক্ষয়িত্ৰী হোৱাৰ

কাশ্মিৰী দাসৰ এই সাফল্যক লৈ উৎফুল্লিত বৰপেটা চহৰবাসী৷

কাশ্মিৰী দাসৰ এই সাফল্যক লৈ উৎফুল্লিত বৰপেটা চহৰবাসী৷

কাশ্মিৰী দাসৰ এই সাফল্যক লৈ উৎফুল্লিত বৰপেটা চহৰবাসী৷

  • Share this:
আজি ঘোষিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত দ্বিতীয় স্থান লাভ কৰে কাশ্মিৰী দাসে৷ বৰপেটাৰ আম্বেদকাৰ একাডেমীৰ ছাত্ৰী কাশ্মীৰি দাস৷


বৰপেটা চহৰৰ  মেটুৱাকুছিৰ বৰপেটা মেডিকেল কলেজ হাস্পতাল পথৰ যাদৱ দাসৰ কন্যা কাশ্মিৰী দাসৰ এই সাফল্যক লৈ উৎফুল্লিত বৰপেটা চহৰবাসী৷ ইতিমধ্যে কাশ্মিৰীৰ এই সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে কাশ্মিৰীৰ ঘৰখন৷ ভৱিষ্যতে শিক্ষকতা বৃত্তিত জড়িত হ’ব বিচৰা কাশ্মিৰীয়ে কটন কলেজত অধ্যয়ন কৰিব।
First published: