কেনেকৈ চাব H.S চূড়ান্ত পৰীক্ষাৰ ফলাফল?

কেইবাটাও ৱেবছাইটতো উপলব্ধ হ’ব ফলাফল। ফলাফল লাভ কৰিব পাৰিব ‘উপলব্ধ’ নামৰ মোবাইল এপৰ জৰিয়তেও।

news18assam
Updated:May 24, 2019, 12:44 PM IST
কেনেকৈ চাব H.S চূড়ান্ত পৰীক্ষাৰ ফলাফল?
কেইবাটাও ৱেবছাইটতো উপলব্ধ হ’ব ফলাফল। ফলাফল লাভ কৰিব পাৰিব ‘উপলব্ধ’ নামৰ মোবাইল এপৰ জৰিয়তেও।
news18assam
Updated: May 24, 2019, 12:44 PM IST
কাইলৈ প্ৰকাশ পাব উচ্চতৰ মাধ্যমিকৰ ফলাফল। পুৱা ৯ বজাত ফলাফল প্ৰকাশ কৰিব AHSEC-এ। ২,৪২,৮৪৩গৰাকী অৱতীৰ্ণ হৈছিল এইবাৰৰ পৰীক্ষাত। ইয়াৰে ১,৮৬,১৮৭গৰাকী কলা শাখাৰ শিক্ষাৰ্থী, ৩৭,৪৫৫গৰাকী বিজ্ঞান শাখাৰ শিক্ষাৰ্থী আৰু ১৮,২৯১গৰাকী শিক্ষাৰ্থী বাণিজ্য শাখাৰ। এইকেইটা ৱেবছাইটত উপলব্ধ হ’ব ফলাফল।

http://www.hsinfo.in, wwwahsec.nic.in, www.indiaResults.com

http://www.knowyourresult.com, www.ExamResult.net,

http://www.resultd.shiksha, www.exametc.com

http://www.schools9.com, www.jagranjosh.com

httpp://resultsamarujala.com, www.assamresult.in

http://www.iResults.net

http://www.EduAssam.com

ফলাফল লাভ কৰিব ‘উপলব্ধ’ নামৰ মোবাইল এপৰ জৰিয়তেও
আৰু চাওক পৰৱৰ্তী বাতৰি