উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিলেনে? এতিয়াও আছে সুযোগ

News18-Assam
Updated:August 14, 2019, 4:20 PM IST
উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিলেনে? এতিয়াও আছে সুযোগ
পুনৰীক্ষণ, পঞ্জীয়নৰো অনলাইন আবেদনৰ সুবিধা প্ৰদান কৰিছে শিক্ষা সংসদে।

পুনৰীক্ষণ, পঞ্জীয়নৰো অনলাইন আবেদনৰ সুবিধা প্ৰদান কৰিছে শিক্ষা সংসদে।

  • Share this:
যিসকলে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ প্ৰমাণপত্ৰ এতিয়া সংগ্ৰহ কৰা নাই, সেইসকলৰ বাবে সুখবৰ। ১৭ আগষ্টৰ অন্তিম সময়সীমা প্ৰত্যাহাৰ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এই কথা জনালে AHSECৰ সচিব মনোৰঞ্জন কাকতিয়ে। প্ৰমাণপত্ৰ সংগ্ৰহ নকৰাসকলক www.ahsec.nicৰ জৰিয়তে আবেদনৰ আহ্বান। পুনৰীক্ষণ, পঞ্জীয়নৰো অনলাইন আবেদনৰ সুবিধা প্ৰদান কৰিছে শিক্ষা সংসদে। www.ahsec.nic.inৰ জৰিয়তে ইয়াৰ বাবে কৰিব পাৰিব আবেদন।
আৰু চাওক পৰৱৰ্তী বাতৰি