২৫ মে’ত ঘোষণা কৰা হ’ব H.S চূড়ান্ত পৰীক্ষাৰ ফলাফল

পুৱা ৯ বজাত ফলাফল প্ৰকাশ কৰিব AHSEC-এ। কেইবাটাও ৱেবছাইটতো উপলব্ধ হ’ব ফলাফলসমূহ।

news18assam
Updated:May 17, 2019, 12:21 PM IST
 ২৫ মে’ত ঘোষণা কৰা হ’ব H.S চূড়ান্ত পৰীক্ষাৰ ফলাফল
পুৱা ৯ বজাত ফলাফল প্ৰকাশ কৰিব AHSEC-এ। কেইবাটাও ৱেবছাইটতো উপলব্ধ হ’ব ফলাফলসমূহ।
news18assam
Updated: May 17, 2019, 12:21 PM IST
উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ দিন ঘোষণা। ২৫ মে’ত ঘোষণা কৰা হ’ব H.S চূড়ান্ত পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ফলাফল প্ৰকাশ কৰিব AHSEC-এ। কেইবাটাও ৱেবছাইটতো উপলব্ধ হ’ব ফলাফলসমূহ। ছাত্ৰ–ছাত্ৰীয়ে ফলাফল লাভ কৰিব মোবাইল এপৰ জৰিয়তেও।



২,৪২,৮৪৩গৰাকী অৱতীৰ্ণ হৈছিল এইবাৰৰ পৰীক্ষাত। ইয়াৰে ১,৮৬,১৮৭গৰাকী কলা শাখাৰ শিক্ষাৰ্থী, ৩৭,৪৫৫গৰাকী বিজ্ঞান শাখাৰ শিক্ষাৰ্থী আৰু ১৮,২৯১গৰাকী শিক্ষাৰ্থী বাণিজ্য শাখাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি