মুখ্যপৃষ্ঠা »খবৰ »অসম »কৃষি কেলেংকাৰীৰে জড়িত আৰু এজনক গ্ৰেপ্তাৰ!

কৃষি কেলেংকাৰীৰে জড়িত আৰু এজনক গ্ৰেপ্তাৰ!

ফাইল ফ’টো

কৃষকৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰিছিল ১ কোটি টকা

  • Share this:
    ৰাজ্যত সংঘটিত হোৱা কৃষি কেলেংকাৰীৰে জড়িত আৰু এজনক গ্ৰেপ্তাৰ।BIEOই গ্ৰেপ্তাৰ কৰিলে বিদ্যুৎ জ্যোতি শৰ্মাক। শৰ্মা ধলাইগাঁও গাঁও পঞ্চায়ৰ সভাপতি।শুকুৰবাৰে বঙাইগাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বিদ্যুত জ্যোতি শৰ্মাক। কৃষকৰ পৰা অবৈধভাৱে ১ কোটি টকা সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ। বীজ, ট্ৰেক্টৰ, সাৰ, মাছ পালনৰ নামত অবৈধভাৱে ধন সংগ্ৰহ  কৰিছিল বিদ্যুত জ্যোতি শৰ্মাই। ইয়াৰ পূৰ্বেও কৃষি বিভাগৰ কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গোচৰতে গ্ৰেপ্তাৰ কৰিছিল কেইবাজনকো।গ্ৰেপ্তাৰ হৈছিল AVGCLৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাহুল আমিনকে ধৰি উপ সভাপতি ৰঞ্জন পেগু, হিমানী বসুমতাৰী।

    শেহতীয়া বাতৰি