
বৰাক উপত্যকাক এৰি দিলে AGPয়ে
বৰাক উপত্যকাক এৰি দিলে AGPয়ে
বৰাক উপত্যকাক এৰি দিলে অসম গণ পৰিষদে ৷ অসম গণ পৰিষদে CAAৰ পৰা কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাক ৰেহাই দিবলৈহে আবেদন জনাব উচ্চতম ন্যয়ালয়ত আবেদন। আজি দিল্লীলৈ ৰাওনা হ'ব AGPৰ তিনিজনীয়া প্ৰতিনিধি দল ৷
![]()
আইনী যুঁজ চলোৱাৰ বাবে দিল্লীলৈ যাব কুমাৰ দীপক দাস, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু জয়নাথ শৰ্মা ৷ উচ্চতম ন্যায়ালয়ৰ অভিজ্ঞ অধিবক্তাৰে আলোচনা কৰি CAAক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা ৰেহাই দিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিব লেখ আবেদন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|