உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • CAAৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাক ৰেহাই দিয়ক, উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অগপ

    CAAৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাক ৰেহাই দিয়ক, উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অগপ

    বৰাক উপত্যকাক এৰি দিলে AGPয়ে

    বৰাক উপত্যকাক এৰি দিলে AGPয়ে

    বৰাক উপত্যকাক এৰি দিলে AGPয়ে

    • Share this:
    বৰাক উপত্যকাক এৰি দিলে অসম গণ পৰিষদে ৷ অসম গণ পৰিষদে CAAৰ পৰা কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাক ৰেহাই দিবলৈহে আবেদন জনাব উচ্চতম ন্যয়ালয়ত আবেদন। আজি দিল্লীলৈ ৰাওনা হ'ব AGPৰ তিনিজনীয়া প্ৰতিনিধি দল ৷



    আইনী যুঁজ চলোৱাৰ বাবে দিল্লীলৈ যাব কুমাৰ দীপক দাস, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু জয়নাথ শৰ্মা ৷ উচ্চতম ন্যায়ালয়ৰ অভিজ্ঞ অধিবক্তাৰে আলোচনা কৰি CAAক ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা ৰেহাই দিবলৈ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰিব লেখ আবেদন।
    First published: