বঙাইগাঁৱত অগপৰ দুই মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন

News18 Assam | News18-Assam
Updated:January 5, 2020, 1:07 PM IST
বঙাইগাঁৱত অগপৰ দুই মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন
আছু কাৰ্যালয়ৰ সন্মুখেৰে দলীয় সভালৈ যোৱাৰ সময়তে দুই মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ৷

আছু কাৰ্যালয়ৰ সন্মুখেৰে দলীয় সভালৈ যোৱাৰ সময়তে দুই মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ৷

  • Share this:
বঙাইগাঁৱত ক’লা পতাকাৰ সন্মুখীন হ’ল অগপৰ দুই মন্ত্ৰী। মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তক আছুৰ ক’লা পতাকা প্ৰদৰ্শন৷ আছু কাৰ্যালয়ৰ সন্মুখেৰে দলীয় সভালৈ যোৱাৰ সময়তে দুই মন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ৷ বঙাইগাঁৱত অগপৰ সতীৰ্থ সন্মিলনত অংশগ্ৰহণৰ বাবে গৈ আছিল দুয়োগৰাকী মন্ত্ৰী।
আৰু চাওক
পৰৱৰ্তী বাতৰি