অসমক দিয়া প্ৰতিশ্ৰুতি পালন কৰিব মোদীয়ে, আশ্বাস দিলে অগপ নেতৃত্বক
News18-Assam Updated:June 20, 2019, 6:56 PM IST

অগপৰ প্ৰতিনিধি দলটোৱে গৃহ মন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে অমিত শ্বাহক অনুৰোধ জনায় অগপৰ দলটোৱে।
অগপৰ প্ৰতিনিধি দলটোৱে গৃহ মন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে অমিত শ্বাহক অনুৰোধ জনায় অগপৰ দলটোৱে।
- News18 Assam
- Last Updated: June 20, 2019, 6:56 PM IST
অসমৰ সমৃদ্ধি আৰু উন্নয়নৰ বাবে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে মোদীয়ে। অগপৰ প্ৰতিনিধি দলটোৱে গৃহ মন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে অমিত শ্বাহক অনুৰোধ জনায় অগপৰ দলটোৱে।
অমিত শ্বাহে অচিৰে ভাৰত–বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিব বুলি উল্লেখ কৰাৰ লগতে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে। অগপৰ প্ৰতিনিধি দলটোত আছিল সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডাঃ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সত্যব্ৰত কলিতা আৰু ভূপেন ৰায়।