জেহাদীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ অভিযান। আনছাৰুল্লাহ বাংলা টীমৰ দুই সদস্যক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম ইক্ৰামূল হুছেইন আৰু মুছাদ্দিক হুছেইন। মৈৰাবাৰীৰ চহৰীয়া পামৰ পৰা গ্ৰেপ্তাৰ কৰে দুয়োকে। মুছাদ্দিকৰ ঘৰ মৈৰাবাৰীৰ চহৰীয়া পামত আৰু ইক্ৰমূলৰ ঘৰ নগাঁৱত। ইমামৰ বেশত আছিল দুই জেহাদীৰ সদস্য।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 12, 2022, 09:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।