NHPC আৰু ৰাজ্য চৰকাৰৰ মাজত চুক্তি সম্পন্ন, শীঘ্ৰে আৰম্ভ হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম

NHPC আৰু সোণোৱাল চৰকাৰৰ মাজত সম্পাদিত হ’ল চুক্তি

News18-Assam
Updated:August 23, 2019, 5:34 PM IST
NHPC আৰু ৰাজ্য চৰকাৰৰ মাজত চুক্তি সম্পন্ন, শীঘ্ৰে আৰম্ভ হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম
NHPC আৰু সোণোৱাল চৰকাৰৰ মাজত সম্পাদিত হ’ল চুক্তি
News18-Assam
Updated: August 23, 2019, 5:34 PM IST
বিপুল বৰ্মন: বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ স্বত্বেও আকৌ আৰম্ভ হ’ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম–কাজ। শুকুৰবাৰে অসম চৰকাৰে NHPCৰ সৈতে সম্পাদন কৰে এখন চুক্তি। শীঘ্ৰে গেৰুকামুখত NHPC কৰ্তৃপক্ষই আৰম্ভ কৰিব বহুদিন ধৰি বন্ধ হৈ থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাকী থকা কাম–কাজ।

চুক্তিত সাক্ষৰ কৰাৰ সময়ত NHPCৰ হৈ মুখ্য পৰিচালন সঞ্চালক বলৰাজ যোশী, কাৰিকৰী সঞ্চালক জনাৰ্দন চৌধুৰী, কাৰ্য্যকৰি সঞ্চালক একে মিশ্ৰ, অৰবিন্দ ভট্ট উপস্থিত আছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি