পুনৰ কোৰোণাত আক্ৰান্ত মহানগৰীৰ চাৰিগৰাকী আৰক্ষী

News18 Assam | News18-Assam
Updated:June 29, 2020, 9:17 AM IST
পুনৰ কোৰোণাত আক্ৰান্ত মহানগৰীৰ চাৰিগৰাকী আৰক্ষী
Source-Google

বৰ্তমান আটাইকেইগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

  • Share this:
পুনৰ কোৰোণাত আক্ৰান্ত মহানগৰীৰ চাৰিগৰাকী আৰক্ষী। পল্টন বজাৰ থানাৰ ASI গুঞ্জনন্দ টাইড আক্ৰান্ত হৈছে কোৰোণাত। লগতে বিৰুবাৰী আৰক্ষী চকীৰ তিনিগৰাকী আৰক্ষীও আক্ৰান্ত covid19ত। SI জগদীশ কলিতা লগতে তেওঁৰ গাড়ীচালক আৰু দেহৰক্ষী আক্রান্ত হয় কোৰোণাত। বৰ্তমান আটাইকেইগৰাকীক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
First published: June 29, 2020, 9:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading