• Home
  • »
  • News
  • »
  • assam
  • »
  • Nagaon Encounter : নগাঁৱত পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া চিৰাজুল

Nagaon Encounter : নগাঁৱত পুনৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া চিৰাজুল

কামপুৰ কচুৱাৰ পৰা বুধবাৰে নিশা আৰক্ষীয়ে ড্ৰাগছ মাফিয়াটোক গ্ৰেপ্তাৰ কৰাৰ পিছত বটদ্ৰৱা কদমনিৰ বাসগৃহত চিৰাজুলক লৈ তালাচী চলাবলৈ গৈছিল আৰক্ষীৰ দলে৷

  • Share this:
নগাঁৱ (Nagaon)ত পুনৰ ড্ৰাগছ মাফিয়াক গুলীয়ালে আনন্দ মিশ্ৰ বাহিনীয়ে৷ বটদ্ৰৱা (Batadrawa) কদমনিত সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হোৱা ড্ৰাগছ মাফিয়াটোৰ নাম চিৰাজুল ইছলাম৷ ড্ৰাগছ মাফিয়া চিৰাজুলৰ বটদ্ৰৱা কদমনিৰ বাসগৃহৰ পৰা আৰক্ষীয়ে এটা পইণ্ট 32 পিষ্টল আৰু বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰে৷

কামপুৰ কচুৱাৰ পৰা বুধবাৰে নিশা আৰক্ষীয়ে ড্ৰাগছ মাফিয়াটোক গ্ৰেপ্তাৰ কৰাৰ পিছত বটদ্ৰৱা কদমনিৰ বাসগৃহত চিৰাজুলক লৈ তালাচী চলাবলৈ গৈছিল আৰক্ষীৰ দলে৷ কিন্তু নিশাৰ আন্ধাৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীচালনা কৰে আৰক্ষীৰ দলে৷ ফলত বাওভৰিত গুলী লাগে ড্ৰাগছ মাফিয়া চিৰাজুল ইছলামৰ৷

যোৱা ২৫ অক্টোবৰটো নগাঁও ননৈত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছিল উত্তৰ পূৰ্বাঞ্চলত ড্ৰাগছৰ বৃহৎ বজাৰ গঢ়ি তোলা মণিপুৰৰ ড্ৰাগছ মাফিয়া আৰ কে হপিংচন৷
Published by:Sanjay Kumar Das
First published: