ডিমৌত আকৌ ভয়ংকৰ দুৰ্ঘটনা, দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নলাত পৰিল ‘টাটা টিগৰ’

দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকসহ পলায়ন কৰে চালকজনে।

News18-Assam
Updated:September 25, 2019, 2:00 PM IST
ডিমৌত আকৌ ভয়ংকৰ দুৰ্ঘটনা, দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নলাত পৰিল ‘টাটা টিগৰ’
দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকসহ পলায়ন কৰে চালকজনে।
News18-Assam
Updated: September 25, 2019, 2:00 PM IST
কালিকা লাগিছে ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত! পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডিমৌৰ ৰাজমাইত। এখন দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নলাত পৰিল টাটা টিগৰ বাহন। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চাৰিজন লোক। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকসহ পলায়ন কৰে চালকজনে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি