• Home
  • »
  • News
  • »
  • assam
  • »
  • APCC : প্ৰদেশ কংগ্ৰেছত পুনৰ খহনীয়া, ৰিপুণ বৰাৰ পিছত আন চাৰি জ্যেষ্ঠ নেতাৰ পদত্যাগ

APCC : প্ৰদেশ কংগ্ৰেছত পুনৰ খহনীয়া, ৰিপুণ বৰাৰ পিছত আন চাৰি জ্যেষ্ঠ নেতাৰ পদত্যাগ

কংগ্ৰেছ সভানেত্রী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ জ্যেষ্ঠ কংগ্ৰেছীৰ।

কংগ্ৰেছ সভানেত্রী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ জ্যেষ্ঠ কংগ্ৰেছীৰ।

কংগ্ৰেছ সভানেত্রী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ জ্যেষ্ঠ কংগ্ৰেছীৰ।

  • Share this:
প্ৰদেশ কংগ্ৰেছত পুনৰ খহনীয়া। ৰিপুণ বৰাৰ পিছত পুনৰ কংগ্ৰেছৰ চাৰিজনকৈ জ্যেষ্ঠ নেতাৰ পদত্যাগ। APCCৰ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যুৰ পদত্যাগ। প্ৰদেশ কংগ্ৰেছৰ আন এজন সম্পাদক দিগন্ত ভূষণ বৰ্মনৰো পদত্যাগ। পদত্যাগ কৰিলে কংগ্ৰেছৰ মুখপাত্র বনদীপ দত্ত আৰু অৰুণজ্যোতি ভূঞাই। কংগ্ৰেছ সভানেত্রী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ জ্যেষ্ঠ কংগ্ৰেছীৰ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি