১৫ জানুৱাৰীত মাঘ বিহুৰ বন্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ, চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে লোৱা হ’ল সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:January 2, 2020, 7:03 PM IST
১৫ জানুৱাৰীত মাঘ বিহুৰ বন্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ, চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে লোৱা হ’ল সিদ্ধান্ত
পূৰ্বে প্ৰকাশিত তালিকাত নাছিল মাঘ হিহুৰ বন্ধ

পূৰ্বে প্ৰকাশিত তালিকাত নাছিল মাঘ হিহুৰ বন্ধ

  • Share this:
অৱশেষত মাঘ বিহুত চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰ। ১৫ জানুৱাৰীত মাঘ বিহুৰ বন্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰ,চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে লোৱা হ’ল সিদ্ধান্ত।



উল্লেখযোগ্য যে, পূৰ্বতে প্ৰকাশ কৰা অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগৰ ২০২০ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত মাঘৰ বিহুত বন্ধ ঘোষণা কৰা হোৱা নাছিল।  



 
আৰু চাওক
পৰৱৰ্তী বাতৰি