ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে গঠিত পৰামৰ্শদাতা সমিতিয়ে আজি দাখিল কৰিব প্ৰতিবেদন

অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ কৌশল নিৰ্ধাৰণৰ বাবে পৰামৰ্শদাতা সমিতি গঠন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ কৌশল নিৰ্ধাৰণৰ বাবে পৰামৰ্শদাতা সমিতি গঠন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
- News18 Assam
- Last Updated: June 1, 2020, 10:38 AM IST
সমিতিত সদস্য হিচাপে আছে ড০ কে এম বুজৰবৰুৱা, ড০ মাধূৰ্য বেজবৰুৱা, ড০ জয়দীপ বৰুৱা, ড০ অমিয় শৰ্মা, গৌতম গোস্বামী, কৃষ্ণকান্ত বৰা আৰু অদীপ কুমাৰ ফুকন। ২০ দিনৰ ভিতৰত প্ৰতিবেদন জমা দিয়াৰ কথা আছিল সমিতিয়ে।