ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে গঠিত পৰামৰ্শদাতা সমিতিয়ে আজি দাখিল কৰিব প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:June 1, 2020, 10:38 AM IST
ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে গঠিত পৰামৰ্শদাতা সমিতিয়ে আজি দাখিল কৰিব প্ৰতিবেদন
অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ কৌশল নিৰ্ধাৰণৰ বাবে পৰামৰ্শদাতা সমিতি গঠন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ কৌশল নিৰ্ধাৰণৰ বাবে পৰামৰ্শদাতা সমিতি গঠন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

  • Share this:
ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে গঠিত পৰামৰ্শদাতা সমিতিয়ে আজি দাখিল কৰিব প্ৰতিবেদন। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত দিনৰ ১২.৩০ বজাত দাখিল কৰিব প্ৰতিবেদন। অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন হৈছিল ৮ জনীয়া পৰামৰ্শদাতা সমিতি। অসমৰ অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণৰ কৌশল নিৰ্ধাৰণৰ বাবে পৰামৰ্শদাতা সমিতি গঠন কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সমিতিত সদস্য হিচাপে আছে ড০ কে এম বুজৰবৰুৱা, ড০ মাধূৰ্য বেজবৰুৱা, ড০ জয়দীপ বৰুৱা, ড০ অমিয় শৰ্মা, গৌতম গোস্বামী, কৃষ্ণকান্ত বৰা আৰু অদীপ কুমাৰ ফুকন। ২০ দিনৰ ভিতৰত প্ৰতিবেদন জমা দিয়াৰ কথা আছিল সমিতিয়ে।
First published: June 1, 2020, 10:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading