আছু-এ জে ৱাই চি পিক প্ৰতিবেদন দাখিল কৰিলে পৰামৰ্শদাতা কমিটীয়ে

News18 Assam | News18-Assam
Updated:September 2, 2020, 4:36 PM IST
আছু-এ জে ৱাই চি পিক প্ৰতিবেদন দাখিল কৰিলে পৰামৰ্শদাতা কমিটীয়ে
বসন্ত ডেকা আৰু ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্যই দাখিল কৰিছে প্ৰতিবেদন।

বসন্ত ডেকা আৰু ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্যই দাখিল কৰিছে প্ৰতিবেদন।

  • Share this:
অসম পৰামৰ্শদাতা সমিতিয়ে AASU-AJYCPক পৰামৰ্শ প্রতিবেদন দাখিল কৰিলে৷ ৪৫ পৃষ্ঠাজোৰা প্ৰতিবেদনত সন্নিবিষ্ট আছে অসমৰ আৰ্থ-সামাজিক, ৰাজনৈতিক সমস্যাৰ সমাধান৷ নতুন ৰাজনৈতিক দল খুলিবলৈ দাখিল কৰিলে পৰামৰ্শৰ প্ৰতিবেদন৷ ড০ নগেন শইকীয়াৰ নেতৃত্বত গঠন হৈছিল অসম পৰামৰ্শদাতা সমিতি৷ মহানগৰীৰ এখন হোটেলত অনুষ্ঠিত কাৰ্যসূচীত প্ৰদান কৰে প্ৰতিবেদন৷ শীঘ্ৰেই গঠন হ’ব AASU-AJYCPৰ  আঞ্চলিক ৰাজনৈতিক দল৷ বসন্ত ডেকা আৰু ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্যই দাখিল কৰিছে প্ৰতিবেদন।
Published by: Sanjay Kumar Das
First published: September 2, 2020, 4:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি