১৫ জুনত প্ৰকাশ পাব NRCৰ অতিৰিক্ত খচৰা

সোমবাৰে NRCক লৈ ৰাজ্যৰ চক্ৰ বিষয়াৰে অনুষ্ঠিত হ’ব বৈঠক।

news18assam
Updated:June 2, 2019, 1:47 PM IST
১৫ জুনত প্ৰকাশ পাব NRCৰ অতিৰিক্ত খচৰা
সোমবাৰে NRCক লৈ ৰাজ্যৰ চক্ৰ বিষয়াৰে অনুষ্ঠিত হ’ব বৈঠক।
news18assam
Updated: June 2, 2019, 1:47 PM IST
১৫ জুনত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অতিৰিক্ত খচৰা। তাৰ পূৰ্বে দুখন বৈঠকৰ আহ্বান কৰিছে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। সোমবাৰে NRCক লৈ ৰাজ্যৰ চক্ৰ বিষয়াৰে অনুষ্ঠিত হ’ব বৈঠক। অসম প্ৰশাসনিক প্ৰাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব এই বৈঠকখন। মঙলবাৰে হ’ব প্ৰতিখন জিলাৰ উপায়ুক্তৰ সৈতে আলোচনা। NRCৰ কাৰ্যালয়ত উপায়ুক্তসকলৰ সৈতে বৈঠকত বহিব প্ৰতীক হাজেলা।
আৰু চাওক পৰৱৰ্তী বাতৰি