• Home
  • »
  • News
  • »
  • assam
  • »
  • জনপ্ৰিয় অভিনেত্ৰী দ্বীপলিনা ডেকাৰ এইটো Video চাইছেনে? এজন অনুৰাগীয়ে ক'লে, 'জুইৰ আন এটা নাম আপুনি'

জনপ্ৰিয় অভিনেত্ৰী দ্বীপলিনা ডেকাৰ এইটো Video চাইছেনে? এজন অনুৰাগীয়ে ক'লে, 'জুইৰ আন এটা নাম আপুনি'

 ছচিয়েল মিডিয়াতো অভিনেত্ৰীগৰাকী অত্যন্ত এক্টিভ। প্ৰায়ে নিজৰ অনুৰাগীৰ বাবে আকৰ্ষণীয় ফটো অথবা ভিডিও আপলোড কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে।

  • Share this:
জনপ্ৰিয় অভিনেত্ৰী দ্বীপলিনা ডেকাৰ জনপ্ৰিয়তাৰ কথা ক'বই নালাগে। অসমৰ 'জাতীয় ক্ৰাছ' বুলিয়েই বহুতে অভিহিত কৰে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীক। ছচিয়েল মিডিয়াতো অভিনেত্ৰীগৰাকী অত্যন্ত এক্টিভ। প্ৰায়ে নিজৰ অনুৰাগীৰ বাবে আকৰ্ষণীয় ফটো অথবা ভিডিও আপলোড কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত আপলোড কৰা এটা ভিডিও ব্যাপক ভাবে চৰ্চিত হৈছে। বহুতে আকৰ্ষণীয় কমেণ্ট কৰিছে ভিডিওটোত। কোনোবাই যদি কৈছে- 'আপুনি পাগল কৰি দিছে', এজনে আকৌ লিখিছে- 'জুইৰ আন এটা নাম আপুনি।'

শীঘ্ৰে দ্বীপলিনাৰ কণ্ঠত আহি আছে আলসুৱা শীৰ্ষক এটি গীত। গীতটোক অভিনেত্ৰীগৰাকীয়ে কণ্ঠদান কৰাৰ লগতে অভিনয়ো কৰিছে। পুজাৰ বতৰতে এই নতুন গীতটো অনুৰাগীক উপহাৰ হিচাপে দিব অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published: