• Home
  • »
  • News
  • »
  • assam
  • »
  • 'তেওঁ মোৰ অনুৰাগী আছিল, এতিয়া মোৰ অনুৰাগ হৈ পৰিল'- যোৰহাটত কইনাৰ সাজত বৰষাৰাণী বিষয়া

'তেওঁ মোৰ অনুৰাগী আছিল, এতিয়া মোৰ অনুৰাগ হৈ পৰিল'- যোৰহাটত কইনাৰ সাজত বৰষাৰাণী বিষয়া

বৰষাৰ বিয়া! অহা ফাগুনত বৰষাৰ বিয়া। উৰুঙা ফাগুনত নতুন জীৱনৰ পাতনি মেলিব জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।

বৰষাৰ বিয়া! অহা ফাগুনত বৰষাৰ বিয়া। উৰুঙা ফাগুনত নতুন জীৱনৰ পাতনি মেলিব জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।

বৰষাৰ বিয়া! অহা ফাগুনত বৰষাৰ বিয়া। উৰুঙা ফাগুনত নতুন জীৱনৰ পাতনি মেলিব জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।

  • Share this:
বৰষাৰ বিয়া! অহা ফাগুনত বৰষাৰ বিয়া। উৰুঙা ফাগুনত নতুন জীৱনৰ পাতনি মেলিব জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। ইতিমধ্যে অজস্ৰ অনুগাৰীয়ে মৰমৰ অভিনেত্ৰীগৰাকীলৈ শুভকামনা জনাই ভৰাই তুলিছে ছচিয়েল মিডিয়াৰ পৃষ্ঠা।

কিন্তু বিয়াৰ যো-জা চলি থকাৰ মাজতে যোৰহাটত বোৱাৰীৰ ৰূপত দেখা গ'ল অভিনেত্ৰীগৰাকীক। বিবাহৰ পুৰ্বেই দেখিবলৈ পোৱা গ'ল কইনা সাজত। কিন্তু সেয়া বাস্তৱ জীৱনত নহয়,  দেওবাৰে যোৰহাটৰ কাকজান গড়োৱালচুঙীত আয়োজন কৰা ৰাস উৎসৱত  দৈৱকীৰ চৰিত্ৰত অভিনয় কৰি হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰে অভিনেত্ৰীগৰাকীয়ে।

ৰাসৰ মঞ্চত অভিনয় কৰি ভালপোৱা বৰষাই কলে- 'ৰাস উৎসৱে সমাজলৈ সমন্বয় আনে। ইপিনে অভিনয়ত ব্যস্ত থকাৰ মাজতে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে NEWS 18ৰ আগত জীৱনৰ নতুন যাত্ৰাৰ সন্দৰ্ভত ক'লে বহুবোৰ কথা।

সদায় হাঁহিৰে দুখবোৰক বশ কৰিবলৈ চেষ্টা কৰা জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে তেওঁৰ হ'বলগীয়া স্বামীৰ সন্দৰ্ভত কলে-'তেওঁ মোৰ অনুৰাগী আছিল। কিন্তু এতিয়া তেওঁ মোৰ অনুৰাগ হৈ পৰিল। পেছাত এগৰাকী শিক্ষক মোৰ হ'বলগীয়া স্বামী। সদায় তেওঁ মোৰ কাষত থাকে। দুখৰ সময়বোৰৰ লগৰী হয় তেওঁ।'
Published by:Himangshu Bhuyan
First published: