• Home
  • »
  • News
  • »
  • assam
  • »
  • 'জোনাক ভালপাওঁ বুলি জানি আকাশখনকে মোৰ কৰি দিব বিচৰা তেওঁৰ অন্তৰখন মই সঁচাকৈয়ে ভালপাওঁ;- বৰষাৰ বিয়াৰ ব্যতিক্ৰমী নিমন্ত্ৰণী Video,চাওক

'জোনাক ভালপাওঁ বুলি জানি আকাশখনকে মোৰ কৰি দিব বিচৰা তেওঁৰ অন্তৰখন মই সঁচাকৈয়ে ভালপাওঁ;- বৰষাৰ বিয়াৰ ব্যতিক্ৰমী নিমন্ত্ৰণী Video,চাওক

অহা ২২ ফেব্ৰুৱাৰীত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বিয়া।

অহা ২২ ফেব্ৰুৱাৰীত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বিয়া।

অহা ২২ ফেব্ৰুৱাৰীত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বিয়া।

  • Share this:
অহা ২২ ফেব্ৰুৱাৰীত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বিয়া। বিয়ালৈ আমন্ত্ৰণ জনাই অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা বিশেষ ভিডিওইয়ো লাভ কৰিছে ব্যাপক সমাদৰ।

অভিনেত্ৰীগৰাকীয়ে কৈছে- 'পথৰুৱা পথৰে জীৱনৰ বহুদূৰ আগুৱাই আহি উভতি চালো। অনুভৱ কৰিলো যেন কোনবা এজন কাষত থাকিলে সাহস পাম। আৰু আগুৱাই যাম। মোৰ এজন অনুৰাগী যিজনে মোৰ জীৱনৰ অতিত, বৰ্তমান, ঘাত প্ৰতিঘাত সকলো সামৰি হ'ব বিচাৰিছে মোৰ জীৱন সংগী। জোনাক ভালপাওঁ বুলি জানি আকাশখনকে মোৰ কৰি দিব বিচৰা  তেওঁৰ অন্তৰখন মই সঁচাকৈয়ে ভালপাওঁ। শেষত তেওঁৰ কথাটোৱেই ৰ'লগৈ। অনুৰাগীৰ পৰা তেওঁ হৈ পৰিল মোৰ অনুৰাগ। ফাগুনৰ ৯ তাৰিখে মোৰ উকা, উৰুঙা জীৱনটো আকৌ ৰঙীন কৰিব ওলাইছো। আপোনালোকৰ পৰা বিচাৰিছো অকনমান সঁচা মৰম। আৰু আশীৰ্বাদ। আহিব  দেই'- এনেদৰে অভিনেত্ৰীগৰাকীয়ে কবিতাৰ আকাৰে প্ৰস্তুত কৰা বিবাহৰ নিমন্ত্ৰণী ভিডিওই এতিয়া মই চুই গৈছে সকলোৰে।

চাওক ভিডিওঃ



অহা ২২ ফেব্ৰুৱাৰীত  কইনা সাজ পিন্ধিব অভিনেত্ৰী বৰষাৰাণী বিষয়াই। চিনেমাত নহয়, বাস্তৱত কইনা সাজ পিন্ধি হোমৰ গুৰিত বহিব মোহময়ী অভিনেত্ৰীগৰাকীয়ে। যোৰহাটৰ  ভাস্কৰ বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হব অভিনেত্ৰীগৰাকী। ইতিমধ্যে এই খবৰে তোলপাৰ লগাইছে ছচিয়েল মিডিয়া।
Published by:Himangshu Bhuyan
First published: