• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম’ – ৰঙিয়াত কোৰোণাৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান বৰষাৰাণী বিষয়াৰ

‘জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম’ – ৰঙিয়াত কোৰোণাৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান বৰষাৰাণী বিষয়াৰ

অভিনেত্ৰীগৰাকীয়ে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰাখা আৰু হাত দুখন পৰিস্কাৰ কৰি ৰাখি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায়।

  • Share this:
    জীৱন থাকিলেহে আমি আনন্দ কৰিব পাৰিম বুলি কৈ ৰাইজলৈ সাৱধানে থকাৰ বাবে আহ্বান ৰঙিয়াত ৰাইজক জনালে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। দেশৰ অন্য ৰাজ‍্যৰ তুলনাত অসমৰ অৱস্থা যথেষ্ট ভাল বুলি কৈ অভিনেত্ৰীগৰাকীয়ে কয় যে জ্যেষ্ঠসকলৰ লগতে কনিষ্ঠসকলৰ প্ৰতিও সকলোৰে দায়িত্ব আছে। গতিকে কোৰোণাৰ বিৰুদ্ধে সকলোৱে উঠিপৰি লাগিব লাগে। ৰঙিয়াত এখন বিপণী উদ্ধোধন কৰিবলৈ আহি বৰষাৰাণীয়ে এনেদৰে কয়।

    লগতে অভিনেত্ৰীগৰাকীয়ে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰাখা আৰু হাত দুখন পৰিস্কাৰ কৰি ৰাখি নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সকলোকে আহ্বান জনায়। ইয়াৰ উপৰি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ শিল্পী সমাজৰ দুৰৱস্থাৰ কথা উল্লেখ কৰে। বিহুৰ সময়তেই বছৰটোলৈ উপাৰ্জন কৰা শিল্পীসকলে যোৱাটো বছৰৰ পৰা জীৱন নিৰ্বাহত অসুবিধাৰ সন্মুখীন হোৱা বুলি কৈ চৰকাৰক শিল্পী সকলৰ প্ৰতি দয়ালু দৃষ্টি ৰাখিবলৈ আবেদন জনায়।
    Published by:Sanjay Kumar Das
    First published: